চিত্ৰাংকন আৰু প্ৰবন্ধ প্ৰতিযোগিতা
অহা ২০ জুন তাৰিখ ‘ৰাভা দিৱস’ উপলক্ষে অসমীয়া আৰু ইংৰাজী বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি চিত্ৰাংকন আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে অহা ১৫ জুন তাৰিখৰ ভিতৰত তেওঁলোকৰ চিত্ৰাংকন আৰু প্ৰবন্ধসমূহ সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ সম্পাদকৰ হাতত আগতীয়াকৈ Read more

