Notice

It is hereby informed of all concerned that as per the order of Deputy Commissioner, Darrang (District Disaster Management, Darrang) dated 22/06/2022 the college will remain closed for another three days from 23/06/2022 to 25/06/2022.

ইয়াৰ দ্বাৰা জনোৱা হয় যে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা ২২/০৬/২০২২ তাৰিখৰ নির্দেশ মৰ্মে মহাবিদ্যালয় পুনৰায় তিনি দিনৰ বাবে অর্থাৎ ২৩/০৬/২০২২ পৰা ২৫/০৬/২০২২ তাৰিখলৈ বন্ধ থাকিব।

Sd/
Principal