SPOT Admission

Merit List I আৰু Merit List II ৰ নামভৰ্তি শেষ হোৱাৰ পাছত বিভিন্ন বিভাগত খালী হৈ ৰোৱা আসনসমূহত SPOT ADMISSION ৰ জড়িয়তে নামভৰ্তি কৰা হ’ব |  SPOT ADMISSION ত নামভৰ্তিৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ আবেদন পত্ৰৰ এটা প্ৰতিলিপি মহাবিদ্যালয়ত জমা দিব লাগিব | 

আবেদন পত্ৰ জমা দিয়াৰ তাৰিখ : ১০, ১১, ১২ আৰু ১৩ জুন ২০২৬

SPOT ADMISSION ৰ তাৰিখ : ১৫, ১৬ আৰু ১৭ জুন ২০২৬

Vacancy Details


Subject1 Major 1 Minor2 Minor
Assamese2825
Economics1720
Education1925
English1732
History1728
Political Science2322
Sociology2323
Botany15 
Zoology07 
Chemistry09 
Computer Science17 
Mathematics27 
Physics08 

List of Applicants for Spot Admission


Bachelor of Science : Will be uploaded Soon
Bachelor of Arts : Will be uploaded Soon