SPOT Admission
Merit List I আৰু Merit List II ৰ নামভৰ্তি শেষ হোৱাৰ পাছত বিভিন্ন বিভাগত খালী হৈ ৰোৱা আসনসমূহত SPOT ADMISSION ৰ জড়িয়তে নামভৰ্তি কৰা হ’ব | SPOT ADMISSION ত নামভৰ্তিৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ আবেদন পত্ৰৰ এটা প্ৰতিলিপি মহাবিদ্যালয়ত Read more
