আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় দলগাঁৱৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC)ৰ সহযোগত ২১ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ তাম্ৰপালি ৰাজকোঁৱৰে অনুষ্ঠানটিৰ উদ্দেশ্য আৰু গুৰুত্ব ব্যাখ্যা কৰাৰ পাছত Read more
