Result of State Level Speech Competition
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ অসমীয়া বিভাগৰ উদ্যোগত ড: ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত আয়োজিত বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল তলত দিয়া হ’ল- প্ৰথম পুৰস্কাৰ : কৌস্তভ বৰঠাকুৰ, ৫ম ষান্মাসিক, পদাৰ্থ বিজ্ঞান বিভাগ, দৰং মহাবিদ্যালয়, তেজপুৰ, অসম দ্বিতীয় Read more
