BA/ BSc Spot Admission 2024-25

The spot admission into BA & B Sc programme of PDUAM Dalgaon for the academic session 2024 – 2025 will be opened from 29th June 2024 to 1st July 2024 in various departments for all eligible candidates who have not secured admission through 1st and 2nd round of admission process through SAMARTH Portal.

ইয়াৰ দ্বাৰা জনোৱা হয় যে যিসকল ছাত্ৰ – ছাত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় দলগাঁওত ১ম আৰু ২য় পৰ্যায়ত নামভৰ্ত্তিৰ সুবিধা লাভ নকৰিলে তেওঁলোকক ২৯ জুন ২০২৪ তাৰিখৰৰ পৰা ১ জুলাই ২০২৪ তাৰিখলৈ  spot admission ৰ জৰিয়তে পুনৰ নামভৰ্ত্তিৰ সুবিধা প্ৰদান কৰা হ’ব |

  • Day 1  : 29th June, 2024         : 1 Major 2 Minor (BA / B Sc)
  • Day 2  : 30th June, 2024         : 1 Major 2 Minor (BA / B Sc) & 3 Minor (BA)
  • Day 3  : 1st July, 2024             : 3 Minor (BA)

Guideline for Spot Admission : নিৰ্দেশাৱলী

  • The candidate must report admission venue of PDUAM Dalgaon sharply between 9:00 AM to 10:30 AM with printed application form along with original & photocopies of X, XII Marksheets and certificates
    নামভৰ্তি কৰিব বিছৰা ছাত্ৰ-ছাত্ৰী সকল পুৱা ৯:০০ বজাৰ পৰা ১০:৩০ বজাৰ ভিতৰত মহাবিদ্যালয়ত উপস্থিত হৈ দশমমান আৰু দ্বাদশ মানৰ মাৰ্কশ্বীটৰ প্ৰতিলিপ সহ আবেদন পত্ৰ জমা দিব লাগিব  |
  • The availability of seats for spot admission in various departments are as follows
    কলা আৰু বিজ্ঞান শাখাৰ বিভিন্ন বিভাগত খালী হৈ ৰোৱা আসনসমূহ এনেধৰণৰ

Stream : Arts

Stream : Science

Department

Vacancy

Department

Vacancy

Assamese

27

Botany

16

Economics

30

Chemistry

14

Education

29

Computer Science

14

English

43

Mathematics

39

History

27

Physics

15

Political Science

16

Zoology

14

Sociology

27

Total

112

Total

199

 

 

 

 

 

 

3 Minor

242

 

 

  • Admission to the applicants will start from 11:00 AM onwards on merit basis of candidates registered on spot between 9:00 AM to 10:30 AM
    পুৱা ৯:০০ বজাৰ পৰা ১০:৩০ বজালৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন পত্ৰ জমা দিব তেওঁলোকৰ বাবে দ্বাদশ শ্ৰেণীৰ নম্বৰৰ ভিত্তিত পুৱা ১১:০০ বজাৰ পৰা নামভৰ্ত্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব
  • Candidates who have already applied to PDUAM Dalgaon will be allowed to change subjects (major/minor) during spot admission as per the guidelines of SAMARTH
    যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে আমাৰ মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিছিল তেওলোকক “সমৰ্থ পৰ্টেল”ৰ নিৰ্দেশনা অনুসৰি বিষয় (মেজৰ বা মাইনৰ) সলনি কৰাৰ সুবিধা প্ৰদান কৰা হ’ব
  • Candidates seeking benefits of fee waiver scheme shall have to deposit Income certificate issued by Circle officer / Ration Card with annual income less than 2 lakhs
    মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্ত্তিকৰণৰ সুবিধা লব বিচৰা প্ৰাৰ্থীসকলে চক্ৰ বিষয়াৰ দ্বাৰা অনুমুদিত বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ (সৰ্বাধিক ২ লাখ) অথবা পৰিয়ালৰ ৰেচন কাৰ্ডৰ প্ৰতিলিপি জমা দিব লাগিব