ৰাজ্যিক ভিত্তিত কবিতা আবৃত্তি কৰ্মশালা
সমল ব্যক্তি : ভূপেন চক্ৰৱৰ্ত্তী (বিশিষ্ট আবৃত্তিকাৰ) তাৰিখ : ১ – ৫ ডিচেম্বৰ, ২০২১ সময় : আবেলি ৪:৩০ বজাৰ পৰা ৬:০০ বজালৈ মাধ্যম : Google Meet ( https://docs.google.com/forms/d/e/1FAIpQLSdXCSG6ioGIypzezHDR9ul9ztwun97qLg9OIrftP-buAjSiwQ/viewform?usp=sf_link ) বয়সৰ সীমা : অষ্টম মানৰ পৰা সকলোলৈকে মাচুল : ১০০ টকা Read more
