সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী
৫ নৱেম্বৰ, ২০২২ তাৰিখে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ উদ্যোগত স্মৃতি চাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠলৈ পোনতে মহাবিদ্যালয় পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি যাচে। গীত-নৃত্য-আবৃত্তিৰে ছাত্র-ছাত্ৰীসকলৰদ্বাৰা সশ্ৰদ্ধ সোঁৱৰণ Read more