HS I Year Merit List 2026

Admission in HS I Year (Science) will be held based on  Merit List as per the below mentioned dates

Date of original document verification and Accptance of Admission : 27/04/2026 (MONDAY)
আবেদন পত্ৰ / প্ৰমাণ পত্ৰ সমূহৰ পুনৰীক্ষণ আৰু নামভৰ্তি  নিশ্চিতকৰণৰ তাৰিখ : ২৭-০৪-২০২৬ (সোমবাৰ)

Documents Required
প্ৰয়োজনীয় নথিসমূহ

  • Copy of Darpan Application form
    দৰ্পণ পৰ্টেলৰ আবেদন পত্ৰ
  • Original and Photocopy of Class X Admit Card, Marksheet and Certificate
    দশমমান পৰীক্ষাৰ প্ৰবেশ পত্ৰ,  নম্বৰ তালিকা / মাৰ্কশ্বীট আৰু প্ৰমাণ পত্ৰ 
  • Original and Photocopy of Caste Certificate (If Applicable).
    জাতিগত প্ৰমাণ পত্ৰ (প্ৰযোজ্য হ’লে)
  • Original and Photocopy of Gap Certificate (If Applicable).
    শিক্ষা বিৰতি/অনিয়মীয়া হোৱাৰ কাৰন দৰ্শোৱা প্ৰমাণ পত্ৰ (প্ৰযোজ্য হ’লে)
  • Original and Photocopy of Income Certificate or Ration Card (BPL Category).
    আয়ৰ প্ৰমান পত্ৰ বা ৰেচন কাৰ্ড (প্ৰযোজ্য হ’লে)

Coordinator
Admission Committee
HS I Year Admission 2026
PDUAM Dalgaon
Contact : 9854275843