পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ অসমীয়া বিভাগৰ উদ্যোগত ড: ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত আয়োজিত বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল তলত দিয়া হ’ল-
প্ৰথম পুৰস্কাৰ : কৌস্তভ বৰঠাকুৰ, ৫ম ষান্মাসিক, পদাৰ্থ বিজ্ঞান বিভাগ, দৰং মহাবিদ্যালয়, তেজপুৰ, অসম
দ্বিতীয় পুৰস্কাৰ : শ্ৰেয়া সৰকাৰ, ৫ম ষান্মাসিক, অৰ্থনীতি বিভাগ, নগাঁও বিশ্ববিদ্যালয়, অসম
তৃতীয় পুৰস্কাৰ : ছানছুমা বড়ো, ১ম ষান্মাসিক, ৰাজনীতি বিজ্ঞান বিভাগ, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁও, অসম
সকলো অংশগ্ৰহণকাৰী আৰু বিজয়ীসকললৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা থাকিল। সকলোৰে সুন্দৰ ভৱিষ্যত জীৱনৰ কামনা কৰিলোঁ। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক ই-চাৰ্টিফিকেট প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে বিজয়ীসকলক ডাকযোগে পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ প্ৰেৰণ কৰা হ’ব।