As per the guidelines of ASSEB (DIV – II ), Mobile Phones, Digital watches or any other electronic gadgets, books or papers, writings on the body of candidates or cloths/garments, handkerchief etc. are strictly prohibited in H S Final Examination 2025.
ASSEB (DIV – II), ৰ নিদেৰ্শ অনুসৰি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ২০২৫ ৰ বাবে মোবাইল ফোন, ডিজিটেল ঘড়ী, অন্যান্য যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী, কিতাপ বা কাগজ, পৰীক্ষাৰ্থীৰ শৰীৰ, পোচাক বা ৰুমাল ইত্যাদিত যিকোনো লিখিত টোকা নিষিদ্ধ সামগ্ৰী হিচাপে গণ্য কৰা হ’ব |