মহাবিদ্যালয় সপ্তাহ ২০২০

ছাত্ৰ সংসদৰ উদ্যোগত যোৱা ইংৰাজী ২ মাৰ্চ, ২০২০ ৰপৰা ৭ মাৰ্চ ২০২০ লৈকে মহাবিদ্যালয়ে ‘মহাবিদ্যালয় সপ্তাহ’ আয়োজন কৰে৷ ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক এই তিনিটা বিভাগত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাসমূহত ছাত্ৰ ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক শক্তিৰ পূৰ্ণ Read more